✍ শ্ৰীমতী কল্যাণী শইকীয়া, প্ৰথম শ্ৰেণী
১নং বুঢ়ীখোৱাং চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
পখিলা অ’ পখিলা
তুমি ইমান ধুনীয়া।
তোমাৰ পাখিযোৰ কিয়
বাৰে বৰণীয়া?
তোমাৰ নিচিনা মোৰো মন যায়
আকাশত উৰি ফুৰিবলৈ,
তোমাৰ নিচিনা মোৰো মন যায়
যেনি−তেনি ঘূৰি ফুৰিবলৈ।
❂❂❂❂❂