✒ শ্ৰীমতী ভাগ্যশ্ৰী গগৈ
নগৰ উচ্চ মাধ্যমিক বিদ্যালয়
ধনশিৰিৰ জীয়ৰী লাভলিনা তই
অসমলৈ কঢ়িয়াই আনিলি গৌৰৱ
জাপানত উৰুৱালি ভাৰতৰ ত্ৰিৰংগা
বিয়পালি অসমীয়াৰ প্ৰতিভাৰ সৌৰভ।
সৰুপথাৰৰ জীয়ৰী যুঁজাৰু তই
অসমৰ অমূল্য সম্পদ
অসমলৈ আঁজুৰি আনিলি গৌৰৱ
কৰি বিশ্বজয় বক্সিঙত।
সাহস আৰু শক্তিৰে যুঁজি
আঁজুৰি আনিলি তই ব্ৰঞ্জৰ পদক
বিশ্বত ভাৰতৰ নাম জিলিকাই
অসমলৈ আনিলি গৌৰৱ।
✳✳✳✳✳