জোনাকৰ দলিচাত...

শোকৰ স্মৃতি

 শ্ৰীযোগান্ত কলিতা, অষ্ঠম শ্ৰেণী
খোৱাং জনতা উচ্চ মাধ্যমিক বিদ্যালয়
হে ডাঙৰীয়া,
তুমি জানিছিলা জানো
তুমি যে পাবা ভাৰত ৰত্ন!
হে মহাশয়,
তুমি জানিছিলা জানো
কোন দিনা মৃত্যুক আকোঁৱালি লবা!
সেই মৃত্যুক আকোঁৱালি লোৱা দিনটোৱে
আজি ৫ নবেম্বৰ।

দাদাচাহেব ফাল্কে বঁটা পোৱা
আছিলা তুমি প্ৰথম অসমীয়া
সংগীত সম্ৰাট নামেৰেও জনাজাত
তোমাৰ নাম দুনীয়াত।
পদ্মভূষণ সন্মান লাভ কৰা কণ্ঠশিল্পী
ড৹ ভূপেন হাজৰিকা।
✹✹✹✹✹