জোনাকৰ দলিচাত...
মা
✒
শ্ৰীমতী বৰষা আহোম, ষষ্ঠ শ্ৰেণী
নগৰ উচ্চতম মাধ্যমিক বিদ্যালয়
মোৰ মা মৰমৰ
মা মোৰ চেনেহৰ
মা মোৰ অতি হেপাহৰ
মায়ে মাতে সোণ বুলি
কাণত মোৰ উঠে ভাঁহি
শুৱাই মোক মৰম কৰি
খুৱাই মোক হাতত ধৰি
মনোমোহা যাৰ হাঁহি
মনটো যায় ভাল লাগি
✰✰✰
খোৱাং কলৌলোৱা, উত্তৰ খোৱাং, দক্ষিণ খোৱাং আৰু হালধিবাৰী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত প্ৰকাশিত।