✒ শ্রীভাগ্যদীপ দিহিঙীয়া, প্ৰথম শ্ৰেণী
হালধিবাৰী বাম−গাঁও প্ৰাঃ বিঃ

হাতত হাত ধৰি দেখুৱাই দিছা জীৱনত মানুহ হোৱাৰ নীতি ।
জীৱনৰ শেষ নোহোৱা যুদ্ধখনত আগুৱাই যাবলৈ শিকাইছা তুমি ।
সমাজ গঢ়াৰ দৰে গধুৰ দায়িত্ব বহন কৰিছা তুমি
জনাইছো তোমাক
সহস্ৰ প্ৰণিপাত ।
নোৱাৰো তোমাৰ এই দানৰ ধাৰ সোজিব সাতো জনমত।
তথাপিও তোমাৰ চৰণত সদায় কৃতজ্ঞ হৈ ৰ'ম জীৱনৰ
অন্তিম দিনৰ লৈকে।
শিক্ষক দিৱসৰ শুভকামনা থাকিল শিক্ষকবিন্দ লৈ।
✹✹✹✹✹